প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চাইক্ল’ন আম্ফনৰ দ্বাৰা সংঘটিত ক্ষয়ক্ষতিৰ বুজ ল’বলৈ কাইলৈ উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 MAY 2020 9:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পশ্চিমবংগ আৰু উৰিষ্যা ভ্ৰমণ কৰি চাইক্ল’ন আম্ফনে সংঘটিত কৰা ক্ষয়ক্ষতিৰ বুজ ল’ব৷ প্ৰধানমন্ত্ৰী কাৰ্যায়লৰ পৰা টুইটাৰত এইদৰে প্ৰকাশ কৰা হয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কাইলৈ পশ্চিমবংগ আৰু উৰিষ্যা ভ্ৰমণ কৰি চাইক্ল’ন আম্ফনে সংঘটিত কৰা ক্ষয়ক্ষতিৰ বুজ ল’ব৷ তেওঁ আকাশমাৰ্গেৰে সমস্যাৰ বুজ ল’ব আৰু এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰিব৷ বৈঠকত সাহায্য আৰু পুনৰ্বাসনৰ বিষয়ে আলোচনা কৰা হ’ব৷’’

***

VRRK/SH/MANN


(रिलीज़ आईडी: 1625965) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam