প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট প্ৰতিভাশালী অভিনেতা ইৰফান খানৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
29 APR 2020 6:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট প্ৰতিভাশালী ইৰফান খানৰ দেহাৱসানত শোক প্ৰকাশ কৰে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘ইৰফান খানৰ দেহাৱসান বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে সদায়েই তেওঁক স্মৰণ কৰা হ’ব৷ মই তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু অনুগামীসকললৈ সমবেদনা যাচিছো৷ তেওঁৰ আত্মাই যেন সদগতি লাভ কৰে৷’’
***
VRRK/S/MANN
(रिलीज़ आईडी: 1619423)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam