বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

মাস্কত এই হাৰ্বেল স্প্ৰে’ৰ জৰিয়তে শ্বাসৰুদ্ধকাৰী অৱস্থাৰ পৰা ৰক্ষা পৰিব পাৰে

এই ফৰ্মুলেচনৰ দ্বাৰা নাসিকা আৰু শ্বসন তন্ত্ৰ মুকলি হয় আৰু উশাহ লোৱাত সমস্যা নহয়

प्रविष्टि तिथि: 25 APR 2020 3:42PM by PIB Guwahati

স্বাস্থ্য প্ৰাধিকৰণে ক’ৰোনাৰ সংক্ৰমণৰ পৰা মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে৷ কিন্তু এই মাস্ক অধিক সময়ৰ বাবে ব্যৱহাৰ কৰিলে শ্বাসৰুদ্ধকাৰী অৱস্থাৰ সৃষ্টি হ’ব পাৰে৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ চিএছআইআৰ-নেচনেল বটানিকেল ৰিচাৰ্ছ ইন্সটিটিউট, লক্ষ্ণৌৱে এক হাৰ্বেল স্প্ৰে’ বিকশিত কৰিছে৷

nbri spray

এই ফৰ্মুলেচনে নাসিকা নলী মুকলি কৰি শ্বাস-প্ৰশ্বাস সুচল কৰাত সহায় কৰে৷ এই স্প্ৰে’ আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বিকশিত কৰা হৈছে৷ প্ৰতিষ্ঠানটোৱে এই ইনহেলাৰৰ প্ৰযুক্তিৰ বাণিজ্যিক উৎপাদনৰ কথা চিন্তা কৰিছে যাতে ইয়াৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা যোদ্ধাসকলৰ সহায়ক হয়৷

****

 

KGS/(DST-(India Science Wire))/MANN


(रिलीज़ आईडी: 1618167) आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Punjabi , English , Urdu , हिन्दी , Marathi , Manipuri , Gujarati , Tamil , Telugu