প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসামৰিক সেৱা দিৱস উপলক্ষে চৰ্দাৰ পেটেললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Posted On: 21 APR 2020 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱা দিৱস উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসামৰিক সেৱাৰ সৈতে জড়িত লোক তথা তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনায়৷

‘‘আজি অসামৰিক সেৱা দিৱসৰ দিনা মই সকলো অসামৰিক সেৱাৰ সৈতে জড়িত লোক তথা তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছো৷ ক’ভিড-১৯ক পৰাভূত কৰিবলৈ তেওঁলোকে আগবঢ়োৱা সেৱাক মই প্ৰশংসা কৰিছো৷ তেওঁলোকে দিনটোৰ চৌবিশ ঘণ্টাই কাম কৰি প্ৰত্যেকৰে সুস্বাস্থ্য নিশ্চিতিৰ দিশত নামি পৰিছে৷

অসামৰিক সেৱা দিৱসৰ দিনা মই চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যিয়ে আমাৰ প্ৰশাসনিক পৰিকাঠামো প্ৰস্তুত কৰি বিকাশমুখী ব্যৱস্থা গঢ় দিছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

***

VRRK/SH/MANN



(Release ID: 1616627) Visitor Counter : 156