স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতাল পৰিদর্শন ড০ হর্ষ বর্ধনৰ

লকডাউন ২.০ সময়ত শৃংখলা বজাই ৰখাটোৱে ক’ভিড-১৯ প্ৰতিহত কৰাত বিশেষ লাভজনক ফল প্ৰদান কৰিব

ড০ হর্ষ বর্ধনে কয় এই সময়ছোৱাত স্বাস্থ্য যোদ্ধাসকলৰ সেৱাৰ বাবে দেশবাসী কৃতজ্ঞ

Posted On: 19 APR 2020 6:08PM by PIB Guwahati

ড০ হর্ষ বর্ধনে ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে আজি ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতাল পৰিদর্শন কৰে৷ ভিড আক্রান্তসকলৰ চিকিসাৰ বাবে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ৪৫০খন বিচনাৰ লগতে পর্যাপ্ত আইছলেচন ৱার্ডো আছে। এই চিকিসালয়খনে ভিড-১৯ হাস্পতাল হিচাপে কাম কৰিছে।

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ফ্লু কর্নাৰ, আইছলেচন ৱার্ড, নিৰীক্ষণ কক্ষ, চি চিইউ/আইচিইউ, ভিড কৰিড, ভিড এলেকা, ভিড পিডি, ভিড নমুনা সংগ্ৰহ ইউনিট, চিকিসক আৰু স্বাস্থ্য কর্মীসকলৰ বাবে পোছাক সলনি কৰা এলেকা সমূহ পৰিদর্শন কৰে৷ তেওঁ এই ৱার্ডবোৰৰ চিকিসক আৰু স্বাস্থ্য কর্মীসকলৰ আৰএমঅ হোষ্টেলত বীজানুমুক্ত কৰাৰ বাবে বিশেষ স্নান, পোছাক পৰিৱর্তন আৰু স্প্রেৰ সুবিধা প্ৰদানৰ ব্যৱস্থা দেখি সন্তোষপ্ৰকাশ কৰে৷ যাতায়াতৰ সমস্যা তথা তেওঁলোকৰ পৰিয়ালসমূহৰ সংস্পর্শলৈ অহাটো ৰোধ কৰিবলৈ আশে-পাশে কেইবাখনো হোটেলত স্বাস্থ্যকর্মীসকলক থকাৰ ব্যৱস্থা কৰা হৈছে। ভিড ৱার্ডত মন্ত্রীয়ে এনে এগৰাকী ৰোগীৰ সৈতে ভিডিঅ কনফাৰেন্সিঙৰ মাধ্যমেৰে কথা পাতে, যিগৰাকী নিজেই এজন চিকিসক, বিমানবন্দৰত আৰু নাৰেলা কোৱাৰেন্টাইন চিকিসা সেৱাত জড়িত থকাৰ সময়ত তেওঁৰ গাত ভিড সংক্ৰমণ হয়৷ সেইগৰাকী চিকিসক তিয়া সুস্থ হোৱা বুলি মন্ত্রীগৰাকীয়ে অৱগত কৰে৷

হাস্পতালৰ বিভিন্ন ৱার্ড আৰু চৌহদ পৰিদর্শনৰ শেষত তেওঁ বিভিন্ন ইউনিটৰ কামত সন্তোষ প্ৰকাশ কৰে৷

ভিড-১৯ৰ চিকিসাৰ সৈতে জড়িত নাৰ্ছ, চিকিসক আৰু অন্যান্য স্বাস্থ্য কর্মীকে ধৰি সন্মুখৰ পৰা যুঁজ দিয়া লোকসকলৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠাৰ প্ৰশংসা কৰি তেওঁ কয়, ২৯ মার্চৰ শেষত ভিড-১৯ ৰোগী আৰোগ্য হোৱাৰ সংখ্যা শতাংশৰ পৰা বৃদ্ধি পাই এই সপ্তাহত ১২শতাংশ হৈছে৷ এই পৰিসংখ্যাৰ পৰা বজি পোৱা যায় যে ভাৰতৰ অগ্ৰণী স্বাস্থ্যকর্মীসকলৰ যত্নৰ ফলতে এয়া সম্ভৱ হৈছে। এওঁলোকৰ সেৱাৰ প্ৰতি সমগ্ৰ দেশবাসী কৃতজ্ঞ বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

স্বাস্থ্যমন্ত্ৰী ড০ হর্ষ বর্ধনে লগতে কয় যে দেশত ভিড-১৯ৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণৰ বিষয়ত সকলো পদক্ষেপ ৰাজ্যসমূহৰ সৈতে নিয়মীয়া সহযোগিতাৰ ভিত্তিত লোৱা হৈছে৷ তেওঁ কয়,নতুনকৈ সংক্ৰমন বৃদ্ধিৰ হাৰ কিছু সময় ধৰি সুস্থিৰ হৈছে। লকডাউনৰ পূৰ্বে ভাৰতত প্রায় ৩ দিন ধৰি এই হাৰ দুগুণ আছিল। আজি পুৱা লাভ কৰা শেহতীয়া তথ্য অনুসৰি বিগত সাত দিন ধৰি এই দুগুণ হোৱাৰ হাৰ . দিন, বিগত ১৪ দিনত আছিল . আৰু যোৱা দিনৰ ভিতৰত এইটো .৭ হৈছে৷ প্ৰতিদিনৰ পৰীক্ষাৰ সংখ্যা প্রায় ১৪ গুণ বৃদ্ধি পাইছে। একেদৰে, যদি বৃদ্ধিৰ  বিষয়টো লক্ষ্য কৰা যায় - ১৫ মার্চৰ পৰা ৩১মাৰ্চলৈকে এয়া আছিল ২., আৰু ইয়াৰ বিপৰীতে এপ্রিলত এইটো . অর্থা ৪০ শতাংশ হ্ৰাস পাইছে, যিটো সমগ্ৰ দেশৰ বাবে যথেষ্ট সাহজনক আৰু ভাল খবৰ৷
ড০ হর্ষ বর্ধনএ ভাৰতৰ জনগণক লকডাউনৰ বর্ধিত সময়ছোৱা মানি চলিবলৈ আৰু ভিড-১৯ৰ সংক্ৰমণ বন্ধ কৰাৰ কাৰ্যকৰী পদক্ষেপ হিচাপে বিবেচনা কৰাৰ আহ্বান জনায়৷ লকডাউন .০ৰ সময়ছোৱাত শৃংখলা বজাই ৰখাটোৱে ভিড-১৯ প্ৰতিহত কৰাত বিশেষ লাভজনক ফল প্ৰদান কৰিব বুলি তেওঁ সদৰি কৰে৷ ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতে জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

***

MV/MR/DB



(Release ID: 1616282) Visitor Counter : 270