গৃহ মন্ত্ৰালয়

কেতবোৰ বিশেষ শাখাক বাদ দি ৩ মে’, ২০২০লৈকে বিদেশী পৰ্যটকক প্ৰদান কৰা সকলো ভিছা আৰু ইমিগ্ৰেচন চেক প'ষ্টেৰে ভাৰতত প্ৰৱেশ কৰিবলগীয়া সকলো লোকৰে যাত্ৰা বাতিল কৰা হৈছে।

Posted On: 17 APR 2020 9:03PM by PIB Guwahati

দেশত ভিড-১৯ৰ প্ৰকোপ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কূটনৈতিক, বিষয়া, ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থা, কৰ্মচাৰী আৰু প্ৰকল্প শাখাক বাদ দি মে’, ২০২০লৈকে বিদেশী পৰ্যটকক প্ৰদান কৰা সকলো ভিছা বাতিলৰ নিৰ্দেশ জাৰি কৰিছে৷

 

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লগতে মে’, ২০২০লৈকে ১০৭টা প্ৰব্ৰজিত তালাচী চকীৰে ভাৰতলৈ আহিব পৰা সকলো যাত্ৰীবাহী বাহনো বাতিলৰ নিৰ্দেশ দিছে৷ অৱশ্যে অত্যাৱশকীয় বা অন্যান্য সামগ্ৰী পৰিবহণ কৰা গাড়ী, বিমান, জাহাজ, অন্যান্য বাহন, ৰে ইত্যাদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকে৷ কিন্তু ইয়াত থকা চালক, পাইলট, নাৱিক, সহযোগী, চাফাই কৰ্মীসকলৰ ভিড-১৯ৰ পৰীক্ষণ কৰিব লাগিব৷

 

চৰকাৰী জাননীৰ বাবে এই লিংকত ক্লিক কৰক৷Click here to see Official Communication

 

                                                                         *****

VG/SNC/VM/DB



(Release ID: 1615952) Visitor Counter : 158