নিতি আয়োগ

নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্য, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষই পিএম কেয়াৰ্ছ ফাণ্ডলৈ এবছৰৰ বাবে তেওঁলোকৰ দৰমহাৰ ৩০% অনুদান হিচাপে আগবঢাইছে

Posted On: 15 APR 2020 5:03PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশে চলাই থকা যুঁজলৈ সহায়ৰ হাত আগবঢ়াইছে নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্য তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষই৷ এবছৰৰ বাবে তেওঁলোকে নিজৰ দৰমহাৰ ৩০% ধন চৰকাৰৰ পৰা স্বেচ্ছামূলকভাৱে গ্ৰহণ নকৰে৷

এই ধনৰাশি পিএম কেয়াৰ্ছ পুজিলৈ আগবঢ়োৱা হ’ব৷

 

****

VRRK/KP/MS



(Release ID: 1614765) Visitor Counter : 180