ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

‘ক’ৰোনা ৱ’ৰিঅ’ৰ’-ৰ ভূমিকাত অৱতীৰ্ণ হৈছে ‘পিএম জনঔষধী কেন্দ্ৰ’-ৰ কৰ্মীসকল : মাণ্ডবীয়া

Posted On: 12 APR 2020 5:21PM by PIB Guwahati

সংকটৰ এই মুহূৰ্ততো প্ৰধান মন্ত্ৰী জন-ঔষধী কেন্দ্ৰসমূহৰ কৰ্মীসকলে ৰোনা ৱৰিঅৰ-ৰ ভূমিকাত আৱতীৰ্ণ হৈ ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। এই অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবীয়াই। এটা টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰান্তে থকা ৬৩০০টা প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰই ন্যূনতম ব্যয়সাপেক্ষ দৰত ঔষধ প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰি আহিছে।

দেশত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই ঔষধৰ পণ্যাগাৰসমূহত কৰ্মীসকলে যুদ্ধকালীন তত্পৰাতৰে দিনে-নিশাই কাম কৰি আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001S2AG.jpg

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002O3PO.jpg

ভিড-১৯ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে দেশ জুৰি বলবত্ কৰা লক ডাউনৰ সময়চোৱাত প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰৰ ফাৰ্মাচীসমূহে সৰ্ব সাধাৰণ ৰাইজক ন্যূনতম ব্যয় সাপেক্ষ দৰত মান সম্পন্ন জেনেৰিক ঔষধ যোগান ধৰি আহিছে।

আজিৰ তাৰিখত দেশৰ ৭২৬খন জিলাত ৬৩০০টা প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰই সেৱা আগবঢ়াই আছে।

****

RCJ/RKM/KB



(Release ID: 1613750) Visitor Counter : 122