অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বিমান সেৱা পৰিচালকসকল তথা ইয়াৰ লগত জড়িত সংস্থাসমূহে ঐক্যৱদ্ধ প্ৰচেষ্টা হাতত লৈছে

প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাসহ চিকিৎসা সামগ্ৰী কঢ়িওৱা কাৰ্গো বিমানৰ ব্যৱস্থা কৰা হৈছে

Posted On: 09 APR 2020 4:55PM by PIB Guwahati

’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ছোৱাত বিভিন্ন চিকিসা সামগ্ৰী আৰু লগতে আই চি এম আৰ, হিল আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সমগ্ৰ দেশত যোগান দিয়া হৈছে। ঘৰুৱা ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বিমান সেৱা যেনে এয়াৰ ইণ্ডিয়া, আই এ এফ, পৱন হংস, ইণ্ডিগো আৰু ব্লু ডাৰ্টে ঔষধ আৰু আই চি এম আৰ, হিল আদিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ শ্ৰীনগৰ, কলকাতা, চেন্নাই, বাঙ্গালুৰু, ভূৱনেশ্বৰ আৰু দেশৰ আন আন ঠাইলৈ ৮ এপ্ৰিল তাৰিখে যোগান দিছে। অসামৰিক বিমান মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয়, ডাক বিভাগ আদিৰ লগত সহযোগিতা বজাই ৰাখি কাম কৰি আছে যাতে অতি প্ৰয়োজনীয় ঔষধ আৰু চিকিসা সামগ্ৰীসমূহ দেশৰ সকলো অংশলৈকে যোগাৰ দিব পাৰে। পৰিৱহন ব্যৱস্থাৰ আৰম্ভণিৰপৰা গৈ পোৱালৈকে প্ৰতি খোজতে সুৰক্ষা নীতিসমূহ মানি চলা হৈছে।

’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ছোৱাত লাইফলাইন উড়ান বিমানৰদ্বা মুঠ ২৪৮ টন সামগ্ৰী কঢ়িওৱা হৈছে। মুঠ ১,৫০,০০৬ কিলোমিটাৰ দূৰত্ব সামৰি এতিয়ালৈকে ১৬৭ খন বিমান চলাচল কৰোৱা হৈছে। 

ক্ৰ. নং

তাৰিখ

এয়াৰ ইণ্ডিয়া

এলায়েন্ম

আই এ এফ

ইণ্ডিগো

স্পাইচ জেট

চলাচল কৰা মুঠ বিমানৰ সংখ্যা

২৬.০৩.২০২০

০২

--

-

-

০২

০৪

২৭.০৩.২০২০

০৪

০৯

০১

-

--

১৪

২৮.০৩.২০২০

০৪

০৮

-

০৬

--

১৮

২৯.০৩.২০২০

০৪

১০

০৬

--

--

২০

৩০.০৩.২০২০

০৪

-

০৩

--

--

০৭

৩১.০৩.২০২০

০৯

০২

০১

 

--

১২

০১.০৪.২০২০

০৩

০৩

০৪

--

-

১০

০২.০৪.২০২০

০৪

০৫

০৩

--

--

১২

০৩.০৪.২০২০

০৮

--

০২

--

--

১০

১০

০৪.০৪.২০২০

০৪

০৩

০২

--

--

০৯

১১

০৫.০৪.২০২০

--

--

16

--

--

১৬

১২

০৬.০৪.২০২০

০৩

০৪

১৩

--

--

২০

১৩

০৭.০৪.২০২০

০৪

০২

০৩

--

--

০৯

১৪

০৮.০৪.২০২০

০৩

--

০৩

 

 

০৬

 

মুঠ বিমান

৫৬

৪৬

৫৭

০৬

০২

১৬৭

এয়াৰ ইণ্ডিয়া আৰু আই এ এফে মূলতঃ জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল আৰু দ্বীপসমূহলৈ সামগ্ৰী কঢ়িয়াই আছে।

৮ এপ্ৰিলত এয়াৰ ইণ্ডিয়াই কলম্বোলৈ সামগ্ৰী কঢ়িয়াই নিয়ে আৰু আন আন দেশসমূহলৈও চিকিসাৰ বাবে প্ৰয়োজন অনুসৰি সামগ্ৰী কঢ়িয়াবৰ বাবে এয়াৰ ইণ্ডিয়াকেই নিৰ্দিষ্ট কৰা হৈছে।  .

ব্লুডাৰ্ট, ইণ্ডিগো, স্পাইচজেট আদি ঘৰুৱা কাৰ্গো অপাৰেটৰে বাণিজ্যিক ভিত্তিত সেৱা আগবঢ়াই আছে। স্পাইচজেটে ২৪ মাৰ্চৰ পৰা ৮ এপ্ৰিল পৰ্যন্ত ২,৯৯,৭৭৫ কিলোমিটাৰ দূৰত্ব সামৰি ২২০ খন বিমান চলাচল কৰাইছে আৰু ১৮০৫.৬ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে, তাৰে ৬১ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। ব্লুডাৰ্টে ২৫ মাৰ্চৰ পৰা ৮ এপ্ৰিল পৰ্যন্ত ৬৭,২৭৩ কিলোমিটাৰ দূৰত্ব সামৰি ৭০ খন ঘৰুৱা বিমান চলাচল কৰাইছে আৰু ১,০৭৫ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। ইণ্ডিগোই ৩ এপ্ৰিলৰ পৰা ৮ এপ্ৰিল পৰ্যন্ত ১২,২০৬ কিলোমিটাৰ দূৰত্ব সামৰি ১৫ খন বিমান চলাচল কৰাইছে আৰু ৪.৩৭ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে।

স্পাইচজেটৰ ঘৰুৱা কাৰ্গো

তাৰিখ

বিমানৰ সংখ্যা  

 কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

০৮.০৪.২০২০

১১

১০০.৬৩

১০,৩২৯

স্পাইচজেটৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো

তাৰিখ

বিমানৰ সংখ্যা

কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

০৮.০৪.২০২০

৫৭.৩৮

১২,৩৬৬

ব্লুডাৰ্ট কাৰ্গোৱে কঢ়িওৱা ওজন

তাৰিখ

বিমানৰ সংখ্যা

কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

০৮.০৪.২০২০

১,২৩.৩০০

৫,০২৭.৮৫

ইণ্ডিগো কাৰ্গোৱে কঢ়িওৱা ওজন

তাৰিখ

বিমানৰ সংখ্যা

কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

০৮.০৪.২০২০

১৫

৪.৩৭

১২,২০৬

(টোকাঃ ইণ্ডিগো কাৰ্গোৱে কঢ়িওৱা ওজনত চৰকাৰৰ চিকিসা সামগ্ৰীও অন্তৰ্ভূক্ত হৈ আছে যিখিনি বিনামূলীয়াকৈ কঢ়িওৱা হৈছে।)

****

RJ/NG/PRK



(Release ID: 1612770) Visitor Counter : 154