বিত্ত মন্ত্ৰালয়
ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ ৪৩০ কোটি টকা আগবঢ়ালে বিত্ত মন্ত্ৰালয়, বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ বেংক/প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীয়ে
प्रविष्टि तिथि:
05 APR 2020 5:00PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰী প্ৰতিহত কৰিবৰ বাবে দেশে চলাই থকা সংগ্ৰামক অধিক কাৰ্যকৰী কৰি তুলিবৰ বাবে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ বিত্ত মন্ত্ৰালয়ৰ বিষয়া কৰ্মচাৰীৰ লগতে মন্ত্ৰালয়ৰ অধীনৰ অন্যান্য বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ বেংক তথা প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলে এদিনৰ দৰমহা বৰঙণি হিচাপে আগবঢ়োৱাৰ লগতে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনতো ধন আগবঢ়াইছে। এনেদৰে সৰ্বমুঠ ৪৩০.১৩ কোটি টকা আগবঢ়োৱা হৈছে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজি গঠন কৰা হৈছিল ভাৰতত ক’ভিড-১৯ মহামাৰী প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে। ক’ভিড ১৯ মহামাৰীৰ দ্বাৰা ক্ৰমাৎ পৰিস্থিতি অৱনতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পৰিস্থিতিৰ পৰা দেশক উদ্ধাৰ তথা যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে তথা এই ৰোগত আক্ৰান্ত ৰোগীসকলক সাহায্য প্ৰদান কৰাৰ বাবে প্ৰয়োজন হোৱা ধন সাজু কৰাৰ বাবেই এই ৰাষ্ট্ৰীয় পুঁজি গঠন কৰা হৈছিল।
বৰঙণিৰ সবিশেষ তলত উল্লেখ কৰা হৈছে -
(কোটি হিচাপত)
|
ক্ৰমিক নং
|
সংস্থা
|
দৰমহাৰ ধনৰ অংশ
|
কৰ্প’ৰেট সামাজিক দায়বদ্ধতা/অন্যান্য
|
মুঠ বৰঙণি
|
|
১.
|
অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কৰ্মচাৰীসকল
|
০.১৫
|
----
|
০.১৫
|
|
ছিকিউৰিটি প্ৰিণ্টিং আৰু মিণ্টিং কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড
|
১.১৯
|
৪.০০
|
৫.১৯
|
|
ছিকিউৰিটিজ এণ্ড এক্সছেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)
|
০.৫০
|
----
|
০.৫০
|
|
২.
|
এক্সপেণ্ডিশ্যাৰ বিভাগৰ কৰ্মচাৰীসকল
|
০.০৯
|
----
|
০.০৯
|
|
৩.
|
ডিএফএছ কৰ্মচাৰী
|
০.০৭
|
----
|
০.০৭
|
|
ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী
|
১০০.০০
|
|
|
১০০.০০
|
|
ইউকো বেংক
|
৩.৯৫
|
|
|
৩.৯৫
|
|
ইণ্ডিয়ান বেংক
|
৭.৭৫
|
|
|
৭.৭৫
|
|
ভাৰতীয় অভাৰচীজ বেংক
|
৫.২৫
|
|
|
৫.২৫
|
|
পঞ্জাৱ আৰু সিন্ধ বেংক
|
১.৮৩
|
|
|
১.৮৩
|
|
পঞ্জাৱ নেশ্যনেল বেংক
|
১১.৫০
|
চিএছআৰ ১৯-২০
|
৩.৫০
|
১৫.০০
|
|
বেংক অৱ বৰোডা
|
২০.০০
|
|
|
২০.০০
|
|
ইউনিয়ন বেংক
|
১৪.৮১
|
|
|
১৪.৮১
|
|
বেংক অৱ মহাৰাষ্ট্ৰ
|
৫.০০
|
|
|
৫.০০
|
|
কানাড়া বেংক
|
১৫.০০
|
|
|
১৫.০০
|
|
চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া
|
৬.০০
|
|
|
৬.০০
|
|
বেংক অৱ ইণ্ডিয়া
|
৭.০০
|
চিএছআৰ ১৯-২০
|
৩.০০
|
১০.০০
|
|
আইএফচিআই আৰু ইয়াৰ অংশীদাৰী প্ৰতিষ্ঠানবোৰ
|
০.৩০
|
চিএছআৰ ২০-২১
|
০.৩০
|
০.৬০
|
|
আইআইএফচিএল
|
০.০০
|
চিএছআৰ ১৯-২০
|
২৫.০০
|
২৫.০০
|
|
নেশ্যনেল হাউছিং বেংক
|
০.০৪
|
চিএছআৰ ১৯-২০
|
২.৫০
|
২.৫৪
|
|
|
এক্সিম বেংক
|
০.৪৬
|
চিএছআৰ ১৯-২০
|
০.৫৪
|
১.০০
|
|
এছ আই ডি বি আই
|
১.০০
|
চিএছআৰ ১৯-২০
|
১.৫০
|
১৫.০০
|
|
চিএছআৰ ২০-২১
|
০.৫০
|
|
অন্যান্য
|
১২.০০
|
|
আইডিবিআই বেংক
|
৩.৯৫
|
|
০.০০
|
৩.৯৫
|
|
ভাৰতীয় জীৱন বীমা নিগম
|
০.০০
|
চিএছআৰ ১৯-২০
|
১০৫.০০
|
১০৫.০০
|
|
জেনেৰেল ইন্সুৰেন্স কৰ্প’ৰেশ্যন
|
০.০০
|
চিএছআৰ ১৯-২০
|
২২.৮১
|
২২.৮১
|
|
অ’ৰিয়েণ্টেল ইন্সুৰেন্স কৰ্প’ৰেশ্যন লিমিটেড
|
০.০০
|
চিএছআৰ ২০-২১
|
১০.০০
|
১০.০০
|
|
নিউ ইণ্ডিয়া
|
০.০০
|
চিএছআৰ ১৯-২০
|
৫.০০
|
৫.০০
|
|
ইউনাইটেড ইন্সুৰেন্স
|
০.০০
|
চিএছআৰ ১৯-২০
|
২.০০
|
২.০০
|
|
নেশ্যনেল ইন্সুৰেন্স
|
০.০০
|
চিএছআৰ ২০-২১
|
২.০০
|
২.০০
|
|
এআইচিএল
|
০.০০
|
চিএছআৰ ১৯-২০
|
০.১৪
|
০.১৪
|
|
৪.
|
ৰাজহ বিভাগৰ কৰ্মচাৰীসকল
|
২.০০
----------------
২৩.০০
|
----
|
২.০০
----------------
২৩.০০
|
|
চিবিআইচি কৰ্মচাৰী
|
------
|
|
চিবিডিটি কৰ্মচাৰী
|
----
|
|
৫.
|
সৰ্বমুঠ
|
২২৮.৮৪
|
২০১.৭৯
|
৪৩০.৬৩
|
***
RM/KMN/RD
(रिलीज़ आईडी: 1611400)
आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam