গ্ৰামোন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰে মোকাবিলা কৰাৰ বাবে এনআৰএলৰ অধীনত মাস্ক উৎপাদনৰ প্ৰচেষ্টা

আত্ম-সহায়ক গোটৰ সদস্যৰ দ্বাৰা ১৩২লাখতকৈ অধিক মাস্ক উৎপাদন

পোষ্ট কৰা হৈছে: 04 APR 2020 1:45PM by PIB Guwahati

ক’ভিড-১৯ৰে মোকাবিলা কৰাৰ অৰ্থে গ্ৰামোন্নয়নৰ মন্ত্ৰালয় ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান(এনআৰএলএম)ৰ অধীনত দেশৰ ২৪খন ৰাজ্যৰ ৩৯৯খন জিলাৰ আত্ম-সহায়ক গোটসমূহে মাস্ক প্ৰস্তুতৰ কামত লাগি আছে৷

অন্ধ্ৰপ্ৰদেশৰ ৫খন জিলাৰ ৪,২৮১টা আত্মসহায়ক গোটৰ ২১,০২৮গৰাকী সদস্য আৰু তামিলনাডুৰ ৩২খন জিলাৰ ১৯২৭টা আত্ম-সহায়ক গোটৰ ১০,৭৮০গৰাকী সদস্যই বিগত ১০ দিনত ক্ৰমে ২৫,৪১,৪৪০ আৰু ২৬,০১,৭৩৫টা মাস্ক প্ৰস্তুত কৰিছে৷ বিহাৰ, চত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ আত্ম-সহায়ক গোটৰ সদস্যই এই মাস্ক প্ৰস্তুতৰ কামত জড়িত হৈছে৷ ১৪,৫২২টা আত্ম-সহায়ক গোটৰ মুঠ ৬৫,৯৩৬গৰাকী সদস্যই এই কাৰ্যত জড়িত হৈ ১৩২লাখতকৈও অধিক মাস্ক প্ৰস্তুত কৰিছে৷

ৰাজ্য অনুসৰি প্ৰস্তুত কৰা মাস্কৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰঃ-

নং

ৰাজ্য

কাম আৰম্ভ কৰা দিন

জিলাৰ সংখ্যা

আত্ম-সহায়ক গোটৰ সংখা

আত্ম-সহায়কৰ সদস্য সংখ্যা

উপাদন কৰা মুঠ মাস্ক (সংখ্যাৰ হিচাপ)

অৱগত কৰাৰ অন্তম দিন

১

অন্ধ্ৰপ্ৰদেশ প্ৰদেশ

২৫-মাৰ্চ

৫

৪,২৮১

২১,০২৮

২৫,৪১,৪৪০

০৩-এপ্ৰিল

২

বিহাৰ

২২-মাৰ্চ

৩৪

২৭১

১,০৮৪

৩,৪৯,৫১৭

০৩-এপ্ৰিল

৩

চত্তীশগড়

২৬-মাৰ্চ

২৪

৯৩২

২,৬৭৪

৫,৪৯,৭১২

০২-এপ্ৰিল

৪

গুজৰাট

২৩-মাৰ্চ

৩৩

৩৬৭

১,৪৭০

১০,৪৯,৩১৯

০৩-এপ্ৰিল

৫

হাৰিয়ানা

১৩-মাৰ্চ

৬

৪৮

২৩৪

১,৪৬,৮০০

০২-এপ্ৰিল

৬

হিমাচল প্ৰদেশ

২৫-মাৰ্চ

৮

১৫০

৩৭০

১,০০,০০০

০২-এপ্ৰিল

৭

ঝাৰখণ্ড

২২-মাৰ্চ

২১

১৩১

৩৯৪

৩,০০,২১৫

০৩-এপ্ৰিল

৮

কৰ্ণাটক

২৩-মাৰ্চ

১২

১৩৯

৫৮১

১,৫৬,১৫৫

০৩-এপ্ৰিল

৯

কেৰালা

১৫-মাৰ্চ

১৪

৩০৬

১,৫৭০

১৫,৭৭,৭৭০

০৩-এপ্ৰিল

১০

মধ্য প্ৰদেশ

১৯-মাৰ্চ

৫২

১,৫১১

৪,৬৫২

১০,০৪,৪১৯

৩১-মাৰ্চ

১১

মহাৰাষ্ট্ৰ

২৪-মাৰ্চ

২৫

৬০২

২,৫৫৮

৩,৬২,৩৩২

০৩-এপ্ৰিল

১২

মিজোৰাম

২৭-মাৰ্চ

১

১

১

১০০

০৩-এপ্ৰিল

১৩

নাগালেণ্ড

২৮-মাৰ্চ

৫

৪৮

৪৭৫

৬৮১৯

০৩-এপ্ৰিল

১৪

ওড়িশা

২০-মাৰ্চ

১২

২০২

১,৩৮৮

২,৭৮,০৭৬

০১-এপ্ৰিল

১৫

পুডুচেৰী

১৭-মাৰ্চ

২

১৪৩

৩০৩

১,২০,৩৮০

০৩-এপ্ৰিল

১৬

পাঞ্জাৱ

২১-মাৰ্চ

১৫

৫৭৫

২,৫৩৬

২,৪৩,২৬৮

০৩-এপ্ৰিল

১৭

ৰাজস্থান

২৭-মাৰ্চ

৬

১,২০৬

৬২৯৭

৯২,৮৯০

০৩-এপ্ৰিল

১৮

ছিকিম

৩১-মাৰ্চ

১

২৫

২৫০

১০,০০০

০৩-এপ্ৰিল

১৯

তামিলনাডু

২৬-মাৰ্চ

৩২

১,৯২৭

১০,৭৮০

২৬,০১,৭৩৫

০৪-এপ্ৰিল

২০

তেলেংগানা

১৮-মাৰ্চ

১১

২৪৮

২,৪৮০

৫,৮০,০০০

০২-এপ্ৰিল

২১

ত্ৰিপুৰা

৩০-মাৰ্চ

৪

৪৫

১৭৩

৪,৬৫০

০৩-এপ্ৰিল

২২

উত্তৰ প্ৰদেশ

২৮-মাৰ্চ

৪৯

৯৬৮

২,০২৭

৩,৬৪,৮৯৪

০৩-এপ্ৰিল

২৩

উত্তৰাখণ্ড

২৬-মাৰ্চ

১০

১১২

৪২১

৪,৭৪,৪৯০

০৩-এপ্ৰিল

২৪

পশ্চিমবংগ

২০-মাৰ্চ

১৭

২৮৪

২,১৯০

২,৯১,৭৯৪

০৩-এপ্ৰিল

 

 

 

৩৯৯

১৪,৫২২

৬৫,৯৩৬

১,৩২,০৬,৭৭৫

 

 

*****

APS/PK/DB


(ৰিলিজ আই ডি : 1611038) অতিথি কক্ষ : 240