প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ পুৱা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে বিনিময় কৰিব এক ভিডিঅ’ বাৰ্তা
পোষ্ট কৰা হৈছে:
02 APR 2020 5:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৩ এপ্ৰিল ২০২০ তাৰিখে পুৱা ৯ বজাত এক ভিডিঅ’ বাৰ্তা বিনিময় কৰিব৷ এই সন্দৰ্ভত তেওঁ এইদৰে টুইটাৰত লিখে, ‘‘কাইলৈ পুৱা ৯ বজাত মই মোৰ দেশবাসীসকলৰ বাবে এটা ভিডিঅ’ বাৰ্তা বিনিময় কৰিম৷’’
*****
VRRK/AK/MANN
(ৰিলিজ আই ডি : 1610421)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam