প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 30 MAR 2020 11:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজস্থানৰ জনসাধাৰণক তেওঁলোকৰ সাহস আৰু বীৰত্বৰ বাবে জনা যায়৷ মই প্ৰাৰ্থনা জনাইছো যে ৰাজ্যখনে প্ৰগতি আৰু উন্নয়নৰ পথত নিৰন্তৰ আগুৱাই যাওক৷

VRRK/AK/MS



(Release ID: 1609391) Visitor Counter : 82