কেবিনেট

ভাৰত আৰু কিৰগিস্তানৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বাহাল আৰু স্বাক্ষৰত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 12 JUN 2019 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু কিৰগিস্তানৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিত স্বাক্ষৰ আৰু বাহাল ৰখাত অনুমোদন প্ৰদান কৰিছে?

এই দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ মাজত বিনিয়োগ বৃদ্ধি তথা বিনিয়োগকাৰীৰ সুৰক্ষা প্ৰদানত গুৰুত্ব দিয়া হৈছে৷

****

AKT/AK/MANN


(रिलीज़ आईडी: 1574557) आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Telugu , Kannada , Malayalam