কেবিনেট


আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ক কেবিনেটৰ অনুমোদন

ইয়াত দুটা কৰিডৰ থাকিব (১) মটেৰা ষ্টেডিয়ামৰ পৰা মহাত্মা মন্দিৰ আৰু (২) জিএনএলইউৰ পৰা জিআইএফটি চিটীলৈ

পোষ্ট কৰা হৈছে: 19 FEB 2019 9:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত প্ৰস্তাৱনাসমূহত অনুমোদন প্ৰকাশ কৰিছেঃ

. আহমেদাবাদ মেট্ৰৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ প্ৰণয়ন যত মুঠ ২৮.৫২৪ কিলোমিটাৰৰ দুটা কৰিডৰ থাকিব৷ কৰিডৰ ১ হল মটেৰা ষ্টেডিয়ামৰ পৰা মহাত্মা মন্দিৰলৈ ২২.৮৩৮ কিলোমিটাৰৰ আৰু কৰিডৰ ২ হল জিএনএলইউৰ পৰা জিআইএফটি চিটীলৈ ৫.৪১৬ কিলোমিটাৰৰ৷ সৰ্বমুঠ ব্যয় ৫৩৮৪.১৭ কোটি টকা ধাৰ্য কৰা হৈছে৷

. এই প্ৰকল্পৰ আনুষ্ঠানিক ব্যৱস্থাপনা আৰু আইনী পৰিকাঠামো৷

. এই প্ৰকল্পৰ অনুমোদনৰ স্থিতি৷

লাভঃ

এই প্ৰকল্প ৰূপায়নৰ জৰিয়তে আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুচল হব৷

 

AKT/SH/MANN


(ৰিলিজ আই ডি : 1565813) অতিথি কক্ষ : 116