পোষ্ট কৰা হৈছে:
20 OCT 2026 9:40PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ডিছকাছ থ্ৰ’ এফ৪৩/এফ৪৪/এফ৬২/এফ৬৪ ইভেণ্টত ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰদীপ কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।
নিজৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ ক্ষেত্ৰত তেওঁৰ সংকল্প সঁচাকৈয়ে প্ৰশংসনীয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
"প্ৰদীপ কুমাৰে এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ডিছকাছ থ্ৰ’ এফ৪৩/এফ৪৪/এফ৬২/এফ৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ থ্ৰ’ৰে অভিলেখ গঢ়িছে। নিজৰ সীমাবদ্ধতা অতিক্ৰম কৰাৰ ক্ষেত্ৰত তেওঁৰ সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়। অভিনন্দন আৰু শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী
***
MJPS/SS/VJ/PRK/HS