ৰাষ্ট্ৰপতি সচিবালয়
প্ৰেছ বিজ্ঞপ্তি
পোষ্ট কৰা হৈছে:
15 OCT 2026 7:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমৰ্মে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৭৫ নম্বৰ অনুচ্ছেদৰ দফা (২) ৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ড০ এল মুৰুগানৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে।
****
MJPS/SS/PRK/NB
(ৰিলিজ আই ডি : 2324278)
অতিথি কক্ষ : 11