প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনীলৈ প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 12 OCT 2026 11:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তপস্যা, ত্যাগ আৰু সংকল্পৰ প্ৰতীক মা ব্ৰহ্মচাৰিনীলৈ প্ৰাৰ্থনা আগবঢ়াইছে। শ্ৰী মোদীয়ে প্ৰাৰ্থনা কৰে যে তেওঁ সকলোকে সাহস আৰু আত্মনিয়ন্ত্ৰণৰ বাবে আশীৰ্বাদ কৰক।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

নৱৰাত্ৰিৰ দ্বিতীয় দিনটো তপস্যা, ত্যাগ আৰু সংকল্পৰ প্ৰতীক মা ব্ৰহ্মচাৰিনীৰ পূজাৰ বাবে উৎসৰ্গিত। তেওঁ সকলোকে সাহস আৰু আত্মনিয়ন্ত্ৰণৰ বাবে আশীৰ্বাদ কৰক।

 

***

MJPS/SS/VJ/HS


(ৰিলিজ আই ডি : 2322198) অতিথি কক্ষ : 7