প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছআৰচিচিৰ কাৰ্যসূচীলৈ কৰা মেট্ৰ’ যাত্ৰাৰ কথোপকথনৰ মুহূৰ্তসমূহ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 06 SEP 2026 7:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা এছআৰচিচিৰ কাৰ্যসূচীলৈ অহা-যোৱাৰ সময়ত কৰা মেট্ৰ’ যাত্ৰাৰ কথোপকথনৰ কিছু মুহূৰ্তৰ এটা ভিডিঅ’ আজি শ্বেয়াৰ কৰে।

‘এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখেঃ

"মেট্ৰ’ৰ মুহূৰ্তসমূহ…

কালি নিশা এছআৰচিচিলৈ অহা-যোৱাৰ সময়ৰ কথোপকথন।"

*****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2307241) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam