প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে তেওঁৰ এছ আৰ চি চি কাৰ্যসূচীলৈ মেট্ৰ’ৰে কৰা যাত্ৰাৰ আভাস
পোষ্ট কৰা হৈছে:
05 SEP 2026 10:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছ আৰ চি চি কাৰ্যসূচীলৈ অহা-যোৱা কৰাৰ সময়ত তেওঁৰ মেট্ৰ’ যাত্ৰাৰ আভাস বাটোৱাৰা কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে:
"মেট্ৰ' মুহূৰ্ত...
এছ আৰ চি চি প্ৰগ্ৰেমলৈ যোৱাৰ পথত আৰু উভতি অহাৰ পথত।"
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2307085)
অতিথি কক্ষ : 9