প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকা: উজবেকিস্তানলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ
পোষ্ট কৰা হৈছে:
30 AUG 2026 4:48PM by PIB Guwahati
বুজাবুজিৰ চুক্তি আৰু অন্যান্য চুক্তি
|
ক্ৰমিক নং.
|
শিৰোনাম
|
|
১
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত ২০২৬-৩০ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী।
|
|
২
|
উজবেকিস্তানৰ টাৰ্মেজত অৱস্থিত ফায়াজ টেপা আৰু কাৰাটেপাৰ প্ৰাচীন বৌদ্ধ স্থানসমূহ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য সংস্থাৰ মাজত উদ্দেশ্য পত্ৰ।
|
|
৩
|
ভাৰতৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু উজবেকিস্তান গণৰাজ্যৰ ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ এজেন্সী "উজাৰচিভ"ৰ মাজত আৰ্কাইভৰ কামৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি।
|
|
৪
|
আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।
|
|
৫
|
ভাৰত গণৰাজ্যৰ খনি মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ খনি উদ্যোগ আৰু ভূতত্ত্ব মন্ত্ৰালয়ৰ মাজত ভূতত্ত্ব তথা খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।
|
|
৬
|
ভাৰতীয় গণৰাজ্যৰ পৰ্যটন মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ পৰ্যটন সমিতিৰ মাজত ২০২৬-২৮ চনৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ অংশীদাৰিত্ব কাৰ্যসূচী।
|
|
৭
|
ভাৰত গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্য সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ আৰু উজবেকিস্তান ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশ্ব অৰ্থনীতি আৰু কূটনীতি বিশ্ববিদ্যালয়ৰ কূটনৈতিক একাডেমীৰ মাজত বুজাবুজিৰ চুক্তি।
|
|
৮
|
ভাৰতীয় গণৰাজ্যৰ বিত্ত মন্ত্ৰালয় আৰু উজবেকিস্তান গণৰাজ্যৰ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত অৰ্থনৈতিক তথা বিত্তীয় বিষয়ক বুজাবুজিৰ চুক্তিপত্ৰ।
|
|
৯
|
ভাৰত গণৰাজ্যৰ পৰিৱেশ ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা উজবেকিস্তান গণৰাজ্যৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় সমিতিৰ মাজত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে চুক্তি।
|
|
১০
|
উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু উজবেকিস্তান গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।
|
|
১১
|
ভাৰত গণৰাজ্যৰ গুজৰাট আৰু উজবেকিস্তান গণৰাজ্যৰ সমৰখন্দ অঞ্চলৰ মাজত অংশীদাৰিত্বৰ সম্পৰ্ক স্থাপনৰ সহযোগিতা চুক্তি।
|
ঘোষণা
|
ক্ৰমিক নং
|
শিৰোনাম
|
|
১
|
ভাৰত-উজবেকিস্তান কৌশলগত অংশীদাৰিত্বক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা
|
|
২
|
আৰাল সাগৰ অঞ্চলত বনানীকৰণৰ বাবে ১ নিযুত মাৰ্কিন ডলাৰৰ অনুদান
|
|
৩
|
হিন্দী ভাষাৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী বৃত্তি (১০০ টা বৃত্তি)
|
|
৪
|
তাছখন্দ ষ্টেট ইউনিভাৰ্চিটি অৱ অৰিয়েণ্টেল ষ্টাডিজত আইচিচিআৰ সংস্কৃত আসন
|
|
৫
|
উজবেকিস্তানৰ ৰাষ্ট্ৰীয় আন্তঃবেংক প্ৰচেছিং চেণ্টাৰ জেএছচি (এনআইপিচি)ৰ সৈতে এনপিচিআই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড (এনআইপিএল)ৰ মাজত বাণিজ্যিক চুক্তি, যাতে ভাৰতৰ ইউপিআই এপছক উজবেকিস্তানত ব্যৱসায়িক পেমেণ্ট কৰাৰ বাবে ৰাষ্ট্ৰীয় কিউআৰ - ইউজেকিউআৰ স্কেন কৰিবলৈ সক্ষম হয়।
|
*****
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2304813)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam