ৰাষ্ট্ৰপতি সচিবালয়
ছয়খন ৰাষ্ট্ৰৰ কটকীৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত আনুষ্ঠানিক পৰিচয়সূচক নথিপত্ৰ দাখিল
পোষ্ট কৰা হৈছে:
24 AUG 2026 7:52PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত দক্ষিণ ছুডান, সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ, নাইজেৰিয়া, মলডোভা, জাৰ্মানী আৰু ছুইডেনৰ ৰাষ্ট্ৰদূতসকলৰ পৰা পৰিচয়সূচক নথিপত্ৰ গ্ৰহণ কৰে।
পৰিচয়সূচক নথিপত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত আছেঃ
১.দক্ষিণ ছুদান গণৰাজ্যৰ ৰাষ্ট্ৰদূত শ্ৰীমতী চিটোনা আব্দাল্লা ওচমান

২. সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আব্দুল্লা চেইফ আলী স্লেইম আল নুয়াইমি

৩. নাইজেৰিয়া যুক্তৰাষ্ট্ৰীয় গণৰাজ্যৰ উচ্চায়ুক্ত মহম্মদ ছাইদু দহিৰু

৪. মলডোভা গণৰাজ্যৰ ৰাষ্ট্ৰদূত শ্ৰীমতী ইংগা আয়নেছি

৫. জাৰ্মানীৰ ৰাষ্ট্ৰদূত ড০ জেছপাৰ উইক

৬. ছুইডেনৰ ৰাষ্ট্ৰদূত শ্ৰীযুত পেত্ৰা মেনাণ্ডাৰ

***
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2303371)
অতিথি কক্ষ : 13