প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত টেক্স ২০২৬-এ ভাৰতৰ বস্ত্ৰ খণ্ডৰ শক্তি আৰু ভিজন ২০৩০ প্ৰতিফলিত কৰা সন্দৰ্ভত প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JUL 2026 2:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য মন্ত্ৰী শ্ৰী পবিত্র মাৰ্ঘেৰিটাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
ভাৰত টেক্স ২০২৬ ৰ জৰিয়তে ভাৰতৰ সম্পূৰ্ণ বস্ত্ৰ খণ্ডৰ মূল্য শৃংখলক একেখন মঞ্চতে সামৰি লোৱাৰ লগতে দেশৰ উৎপাদন শক্তি, সমৃদ্ধ বস্ত্ৰ ঐতিহ্য আৰু আন্তৰ্জাতিক উপস্থিতি সম্প্ৰসাৰণক প্ৰতিফলিত কৰা সন্দৰ্ভত এই প্ৰবন্ধ ৰচনা কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই বস্ত্ৰ খণ্ডৰ বাবে ভাৰতৰ ভিজন ২০৩০ পৰিকল্পনাও প্ৰতিফলিত কৰে।
শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ
কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী @PmargheritaBJP-এ লিখিছে যে @Bharat_tex 2026-এ ভাৰতৰ সম্পূৰ্ণ বস্ত্ৰ খণ্ডৰ মূল্য শৃংখলক একেখন মঞ্চত সামৰি লোৱাৰ লগতে দেশৰ উৎপাদন শক্তি, সমৃদ্ধ বস্ত্ৰ ঐতিহ্য আৰু বৰ্ধিত আন্তৰ্জাতিক উপস্থিতি প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে বস্ত্ৰ খণ্ডৰ বাবে ভাৰতৰ ভিজন ২০৩০ পৰিকল্পনাও প্ৰতিফলিত হৈছে।
via NaMo App
***
MJPS/SS/VJ/DD
(रिलीज़ आईडी: 2284891)
आगंतुक पटल : 10