ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ছখন দেশৰ ৰাষ্ট্ৰদূতৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিক পৰিচয় পত্ৰ প্ৰদান

प्रविष्टि तिथि: 06 JUL 2026 2:36PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৱে আজি (৬ জুলাই, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত মোজাম্বিক, নিকাৰাগুৱা, চুৰিনাম, গেবন গণৰাজ্য, মংগোলিয়া আৰু বাহামাছৰ ৰাষ্ট্ৰদূতসকলৰ পৰা পৰিচয় পত্ৰ গ্ৰহণ কৰে।

পৰিচয় পত্ৰ প্ৰদান কৰা ৰাষ্ট্ৰদূতসকল আছিল:

১. মহামহিম শ্ৰীযুত আৰ্মাণ্ডো পেড্ৰ’ মুইৱানে জুনিয়ৰ – মোজাম্বিকৰ উচ্চায়ুক্ত

২. মহামহিম শ্ৰীমতী নাদেস্কা ইমাৰা কাথবাৰ্ট কাৰ্লছন – নিকাৰাগুৱাৰ ৰাষ্ট্ৰদূত

৩. মহামহিম শ্ৰীমতী হানীশা জয়ৰাম – চুৰিনামৰ ৰাষ্ট্ৰদূত

৪. মহামহিম শ্ৰীযুত অ’ৰেলিয়ান-মাৰ্চেল মিন্টছা নগুৱেমা – গেবনৰ উচ্চায়ুক্ত

৫. মহামহিম ড° উলজিট লুভচানজাভ – মংগোলিয়াৰ ৰাষ্ট্ৰদূত

৬. মহামহিম শ্ৰীযুত পিটাৰ নিকোলাছ চাইমনেট – বাহামাছ কমনৱেলথৰ উচ্চায়ুক্ত

*****

MJPS/SS/PRK/DB


(रिलीज़ आईडी: 2282333) आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Gujarati , Tamil , Telugu , Malayalam