প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এণ্ডি জেছিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 25 JUN 2026 2:30PM by PIB Guwahati

নতুন দিল্লীত আজি এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতত আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ অভিলেখ বিনিয়োগে ভাৰতত বিনিয়োগৰ বাবে সমগ্ৰ বিশ্বৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছিল;

মিষ্টাৰ এণ্ডি জেচিৰ সৈতে এক সুন্দৰ বৈঠক। ভাৰতত আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ অভিলেখ বিনিয়োগক মই আদৰণি জনাইছো। ই আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। একে সময়তে, ই ভাৰতত বিনিয়োগ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰিছে!

@amazon

***

MJPS/SS/VJ/NB


(रिलीज़ आईडी: 2277897) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Gujarati , Tamil , Telugu , Kannada