প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰদান কৰা ভাষণৰ গুৰুত্বপূৰ্ণ অংশসমূহ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
19 JUN 2026 11:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰদান কৰা তেওঁৰ ভাষণৰ গুৰুত্বপূৰ্ণ অংশসমূহ শ্বেয়াৰ কৰে।
’X’ ৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;
“প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই আমাৰ যুৱ সতীৰ্থসকলক প্ৰথম চাকৰি প্ৰদান কৰা উদ্যোগসমূহকো অনুভৱ কৰাইছে যে যুৱপ্ৰজন্মৰ আঁৰত সমগ্ৰ চৰকাৰ থিয় দিছে। ইয়াৰ ফলত তেওঁলোকৰ দৃষ্টিভংগীও সলনি হৈছে।”
“আজি ভাৰতৰ ষ্টাৰ্টআপ আৰু বিশ্ব বিনিয়োগকাৰীসকল এক নতুন শক্তিৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ দ্বাৰা আমাৰ যুৱ সতীৰ্থসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হৈছে।”
“বিকশিত ভাৰতৰ পথ প্ৰতিভা, দক্ষতা আৰু উদ্ভাৱনৰ শক্তিৰে নিৰ্মাণ হ’ব। এই ক্ষেত্ৰত উদ্যোগ জগতৰ প্ৰতি মোৰ এই বিশেষ অনুৰোধ জনাইছোঁ...”
***
MJPS/SS/ST/DB
(रिलीज़ आईडी: 2277305)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam