ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২৬ৰ পৰা ২৮ মে'লৈ ছিকিম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 25 MAY 2026 7:10PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২৬ মে'ৰ পৰা ২৮ মে', ২০২৬লৈ ছিকিম ভ্ৰমণ কৰিব।

২৬ মে'ত ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকত অৱস্থিত 'নামগ্যাল ইনষ্টিটিউট অব টিবেটলজী' পৰিদৰ্শন কৰিব।

২৭ মে'ত ৰাষ্ট্ৰপতিগৰাকীয়ে নাথু লা পাছ পৰিদৰ্শন কৰিব। সেই একেটা দিনতে তেওঁ গেংটকত ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

২৮ মে'ত ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকত ছিকিম আৰক্ষীক 'প্ৰেছিডেণ্ট অ ইণ্ডিয়াছ পুলিচ কালাৰ'  সন্মান প্ৰদান কৰিব।

 

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2265213) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Nepali , हिन्दी , Tamil , Malayalam