প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

তেওঁক পুথাণ্ডুৰৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 14 APR 2026 10:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ  সুস্বাস্থ্য কামনা কৰাৰ লগতে   সুখেৰে ভৰা এটা সুন্দৰ বছৰলৈ আগুৱাই যোৱাৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে;

‘উপ ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি পুথাণ্ডুৰ  উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।সুস্বাস্থ্য আৰু সুখেৰে ভৰা আগন্তুক এটা সুন্দৰ বছৰৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ।

@VPIndia

@CPR_VP”


***

MJPS/ST/DM


(ৰিলিজ আই ডি : 2251806) অতিথি কক্ষ : 9