প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ জড়িয়তে ভাৰতে কিদৰে কৌতুহল আৰু সামগ্ৰিক বিকাশৰ লালন-পালন কৰি আহিছে সেই সম্পৰ্কে লিখা এটা প্ৰৱন্ধ প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে

পোষ্ট কৰা হৈছে: 01 APR 2026 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত এন ই পি ২০২০ৰ অধীনত ভাৰতে কেনেকৈ মূল সাক্ষৰতা আৰু আনন্দময় শিক্ষণৰ বিষয়ত অপৰিসীম গুৰুত্ব দি কৌতুহল তথা সামগ্ৰিক বিকাশৰ লালন-পালন অব্যাহত ৰাখিছে সেই বিষয়ে উল্লেখ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিদ্যালয়ৰ প্ৰথম দিনটো কেৱল আৰম্ভণি নহয়, ই ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাগ-বাটাোৱাৰা  কৰা জাতীয় দায়িত্বও,  যিটোক অন্তৰ্নিহিত  কৰাটো প্ৰয়োজন।

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

“বিদ্যালয়ৰ প্ৰথম দিনটো কেৱল এটা আৰম্ভণি নহয়, বৰঞ্চ ই ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাগ-বাটোৱাৰা কৰা  জাতীয় দায়িত্বও , যিটোক অন্তৰ্নিহিত  কৰাটো প্ৰয়োজন!এন ই পি ২০২০ৰ অধীনত ভাৰতে মূল সাক্ষৰতা আৰু আনন্দময় শিক্ষণৰ বিষয়ত  অপৰিসীম গুৰুত্ব দি কৌতুহল তথা সামগ্ৰিক বিকাশৰ লালন-পালন অব্যাহত ৰাখিছে।

এই বিষয়ত বিতংভাৱে জানিবলৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @ধমেন্দ্ৰ প্ৰধানে লিখা  এই লেখাটো পঢ়ক।”

***

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2248081) অতিথি কক্ষ : 11