প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীৰাম জন্মভূমি মন্দিৰত সূৰ্য তিলক অনুষ্ঠানৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
27 MAR 2026 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰত সূৰ্য্য তিলক অনুষ্ঠানৰ সাক্ষী হয়। শ্ৰী মোদীয়ে কয়, “প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক।”
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে :
“আজি পুৱাতে অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰত সূৰ্য তিলক অনুষ্ঠানৰ সাক্ষী হৈছিলোঁ। প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক।”
***
MJPS/VJ/KD
(ৰিলিজ আই ডি : 2246139)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada