প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সকলোকে ঈদ-উল-ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 MAR 2026 8:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঈদ-উল-ফিতৰ উপলক্ষ্যে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:
"ঈদ-উল-ফিতৰৰ শুভেচ্ছা। আজিৰ দিনটোত চৌদিশে ভাতৃত্ববোধ আৰু সদয়ৰ মনোভাব অধিক বিয়পি পৰক। সকলোৱে সুখী আৰু সুস্থ হৈ থাকক।"
ঈদ মোবাৰক!"
***
MJPS/PRK/DM
(रिलीज़ आईडी: 2243278)
आगंतुक पटल : 88
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam