প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাইচিনা ডাইলগ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 MAR 2026 8:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইচিনা ডাইলগ ২০২৬ত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখে;
“#RaisinaDialogue2026ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ।ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ অন্তৰ্দৃষ্টিসম্পন্ন ভাষণ শুনিলো, য’ত তেওঁ বহুতো বিষয় সামৰি লয়।
@alexstubb”
*****
MJPS/ST/DB
(रिलीज़ आईडी: 2235813)
आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam