গৃহ মন্ত্ৰালয়
আট্টুকাল পোংগালা উপলক্ষে কেৰালাৰ মাতৃ-ভগ্নীসকলক শুভেচ্ছা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
আট্টুকাল আম্মাৰ আশীৰ্বাদে প্ৰত্যেকৰে জীৱন সমৃদ্ধিৰে ভৰাই তোলক আৰু সকলো মনোকামনা পূৰণ কৰক
পোষ্ট কৰা হৈছে:
03 MAR 2026 3:04PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পবিত্ৰ আট্টুকাল পোংগালা উপলক্ষে কেৰালাৰ মাতৃ-ভগ্নীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “পবিত্ৰ আট্টুকাল পোংগালা উপলক্ষে আমাৰ কেৰালাৰ মাতৃ-ভগ্নীসকললৈ আন্তৰিক শুভেচ্ছা জনাইছো। তেওঁলোকে পোংগালা আগবঢ়াবলৈ সমবেত হোৱাৰ সময়ত তেওঁলোকৰ প্ৰাৰ্থনাই যাতে সকলোৰে ওপৰত আট্টুকাল আম্মাই আশীৰ্বাদ বৰষণ কৰে, প্ৰত্যেকৰে জীৱন সমৃদ্ধিৰে ভৰাই তোলে আৰু সকলোৰে মনোকামনা পূৰণ কৰে তাৰ বাবে প্ৰাৰ্থনা জনালোঁ।”
***
RK/RR/PR/PS/DB
(ৰিলিজ আই ডি : 2235102)
অতিথি কক্ষ : 56