গৃহ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা আমাৰ সকলো বিজ্ঞানী, গৱেষকক শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
আপোনালোকৰ এই অভিযানে উন্নত ভৱিষ্যতৰ বাবে আমাৰ পথ গঢ় দিয়া সমাধানসমূহক পোহৰাই তোলক
এই দিনটোৱে উদ্ভাৱন, নিৰ্মাণ আৰু শিল্পকৰ্মৰ বাবে থকা আমাৰ সংকল্পক নবীকৰণ কৰিব
পোষ্ট কৰা হৈছে:
28 FEB 2026 1:41PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমাৰ দেশৰ সকলো বিজ্ঞানী, গৱেষকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্স প্লেটফৰ্মত দিয়া এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে "ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা আমাৰ সকলো বিজ্ঞানী, গৱেষকলৈ শুভেচ্ছা জনাইছো।আপোনালোকৰ এই অভিযানে উন্নত ভৱিষ্যতৰ বাবে আমাৰ পথ গঢ় দিয়া সমাধানসমূহক পোহৰাই তোলক ।এই দিনটোৱে আমাৰ উদ্যম আৰু উদ্ভাৱন, নিৰ্মাণ তথা শিল্পকলাৰ সংকল্পক নবীকৰণ কৰক।"
***
RK / RR / PS/DM
(ৰিলিজ আই ডি : 2234025)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam