প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
18 FEB 2026 3:40PM by PIB Guwahati
ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলেকজেণ্ডাৰ ভুচিচে আজি দিল্লীত অনুষ্ঠিত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, উৎপাদন, ডিপিআই, সাৰ আৰু আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে।
এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ সুযোগতে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভুচিচক সাক্ষাৎ কৰো। আমি প্ৰতিৰক্ষা, উৎপাদন, ডিপিআই, সাৰ আৰু আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিলো। বহু বছৰ ধৰি ভাৰত আৰু ছাৰ্বিয়াই ঘনিষ্ঠভাৱে কাম কৰি আহিছে আৰু আগন্তুক সময়ত আমাৰ সম্পৰ্কই আৰু অধিক গতি লাভ কৰিব বুলি মই আশাবাদী।
@avucic’
“Sastao sam se sa predsednikom Aleksandrom Vučićem na marginama Samita o uticaju veštačke inteligencije u Delhiju. Razgovarali smo o načinima za produbljivanje saradnje u oblastima kao što su odbrana, proizvodnja, Demokratska revolucionarna institucija (DPI), đubriva i infrastruktura. Indija i Srbija godinama tesno sarađuju i uveren sam da će naše veze dobiti još veći zamah u budućnosti.
@avucic”
*****
MJPS/SR/DD
(ৰিলিজ আই ডি : 2229933)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam