প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব, তাৰ বিস্তৃত ছবি বিত্ত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰেঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 12 FEB 2026 2:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জীয়ে আজি লোকসভাত তেওঁৰ ভাষণত এই বছৰৰ বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব তাৰ বিস্তৃত ছবি দাঙি ধৰে। ‘তেওঁ ৰিফৰ্ম এক্সপ্ৰেছ, এমএছএমইসমূহক সমৰ্থন, দক্ষতা, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু অন্যান্য খণ্ডৰ উন্নীতকৰণ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে’, শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰেঃ

শ্ৰীমতী নিৰ্মলা সীতাৰমণ জীয়ে আজি লোকসভাত তেওঁৰ ভাষণত এই বছৰৰ বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব তাৰ বিস্তৃত ছবি দাঙি ধৰে। তেওঁ ৰিফৰ্ম এক্সপ্ৰেছ, এমএছএমইসমূহক সমৰ্থন, দক্ষতা, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু অন্যান্য খণ্ডৰ উন্নীতকৰণ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে।

@nsitharaman

*************

MJPS/VJ/NB


(ৰিলিজ আই ডি : 2226961) অতিথি কক্ষ : 10