প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ

प्रविष्टि तिथि: 27 JAN 2026 2:53PM by PIB Guwahati

ক্ৰ. নং

নথি

ক্ষেত্ৰ

1.

২০৩০ৰ দিশেঃ ভাৰত-ইউৰোপীয় সংঘৰ এক যুটীয়া ব্যাপক কৌশলগত এজেণ্ডা

ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ সকলো দিশ সামৰি লোৱা সামগ্ৰিক নথি

2.

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা সমাপ্তিৰ যুটীয়া ঘোষণা

বাণিজ্য আৰু অৰ্থনীতি; আৰু বিত্ত

3.

আৰবিআই আৰু ইউৰোপীয়ান ছিকিউৰিটী এণ্ড মাৰ্কেট অথৰিটি (ইএছএমএ) ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

4.

উন্নত ইলেকট্ৰনিক স্বাক্ষৰ আৰু ছীলৰ প্ৰশাসনিক ব্যৱস্থা

5.

নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

6.

ভাৰত-ইউৰোপীয় সংঘৰ তথ্য সুৰক্ষা চুক্তিৰ বাবে আলোচনা আৰম্ভ

7.

গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বিস্তৃত পৰিকাঠামোৰ বুজাবুজিৰ চুক্তিপত্ৰ

দক্ষতা আৰু গতিশীলতা

8.

দক্ষতাৰ গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতত ইউৰোপীয় ইউনিয়নৰ পাইলট লিগেল গেটৱে কাৰ্যালয় স্থাপনৰ ঘোষণা

9.

দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা আৰু জৰুৰীকালীন অৱস্থাত সহযোগিতাৰ বিষয়ে এনডিএমএ আৰু ইউৰোপীয় অসামৰিক সুৰক্ষা আৰু মানৱীয় সাহায্য অভিযান সঞ্চালকালয়ৰ (ডিজি-ইচিঅ') মাজত প্ৰশাসনিক ব্যৱস্থাপনা

দুৰ্যোগ ব্যৱস্থাপনা

10.

সেউজ হাইড্ৰ'জেন টাস্ক ফ'ৰ্চ গঠন

স্বচ্ছ শক্তি

11.

২০২৫-২০৩০ বৰ্ষৰ বাবে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে ভাৰত-ইউৰোপীয় সংঘৰ চুক্তিৰ নৱীকৰণ

বিজ্ঞান আৰু প্ৰযুক্তি, আৰু গৱেষণা আৰু উদ্ভাৱন

12.

হ'ৰাইজান ইউৰোপ কাৰ্যসূচীৰ সৈতে ভাৰতৰ সহযোগিতাৰ চুক্তিৰ বাবে অন্বেষণমূলক আলোচনা আৰম্ভ

13.

মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে ডিজিটেল উদ্ভাৱন আৰু দক্ষতা হাব, কৃষি আৰু খাদ্য ব্যৱস্থাত মহিলা কৃষকসকলক সৱলীকৰণৰ অৰ্থে সৌৰ-ভিত্তিক সমাধান, প্ৰাৰম্ভিক সতৰ্কতা ব্যৱস্থা আৰু আফ্ৰিকাত সৌৰ-ভিত্তিক বহনক্ষম শক্তিৰ ৰূপান্তৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু কেৰিবিয়ান অঞ্চলৰ সৰু দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থে ভাৰত-ইউৰোপীয় সংঘৰ ত্ৰিপাক্ষিক সহযোগিতাৰ অধীনত চাৰিটা প্ৰকল্পৰ যুটীয়া ৰূপায়ণৰ চুক্তি

সংযোগ

 

***

MJPS/VJ/DB


(रिलीज़ आईडी: 2219387) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam