প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 JAN 2026 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মেঘালয়ৰ জনসাধাৰণে দেশৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু মনোমোহা সৌন্দৰ্য্য সমগ্ৰ দেশতে ব্যাপকভাৱে প্ৰশংসা লাভ কৰিছে

 

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে মেঘালয়ে ভৱিষ্যতে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত পোষ্ট কয়;

 

মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক মই আন্তৰিক শুভেচ্ছা জনাইছো। মেঘালয়ৰ জনসাধাৰণে আমাৰ দেশৰ বিকাশত যথেষ্ট অৱদান আগবঢ়াইছে। ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু মনোমোহা সৌন্দৰ্য্যক সকলোৱে প্ৰশংসা কৰে। মেঘালয়ে ভৱিষ্যতে উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰক।

*************


MJPS/ST/DB


(रिलीज़ आईडी: 2216883) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam