প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ স্থায়ী সাংস্কৃতিক চেতনাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ
प्रविष्टि तिथि:
08 JAN 2026 2:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
শ্ৰী মোদীয়ে কয় যে সোমনাথ মন্দিৰ ভাৰতৰ চিৰন্তন সাংস্কৃতিক চেতনাৰ প্ৰতীক। ইয়াত উল্লেখ কৰা হৈছে যে সোমনাথৰ পৰা ৰাম জন্মভূমি লৈ যোৱা ১১বছৰত দেখা পৰিৱৰ্তনে প্ৰতিফলিত কৰে যে ভাৰত এখন আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে যি ইয়াৰ সাংস্কৃতিক পৰিচয়ক লৈ গৌৰৱ কৰে।
এক্সত এই প্ৰবন্ধটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"সোমনাথ মন্দিৰ ভাৰতৰ চিৰন্তন সাংস্কৃতিক চেতনাৰ প্ৰতীক। যোৱা ১১বছৰত সোমনাথৰ পৰা ৰাম জন্মভূমি লৈ হোৱা পৰিৱৰ্তনে প্ৰমাণ কৰে যে ভাৰত এতিয়া ইয়াৰ সাংস্কৃতিক পৰিচয়ক লৈ গৌৰৱান্বিত এখন আত্মবিশ্বাসী ৰাষ্ট্ৰ হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী @JM_Scindia জীয়ে এই সন্দৰ্ভত বিশদভাৱে তেওঁৰ মতামত ভাগ বাটোৱাৰা কৰিছে .......... "
***
MJPS/ST/MK
(रिलीज़ आईडी: 2212393)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam