প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজহুৱা জীৱনত নম্ৰ কথা-বাৰ্তাৰ শক্তিৰ সম্পৰ্কত এক সুভাশিতমৰ জৰিয়তে আলোকপাত প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
06 JAN 2026 8:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সুভাশিতমৰ জৰিয়তে ৰাজহুৱা জীৱনত নম্ৰ কথা-বাৰ্তাৰ শক্তিৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে।
শ্ৰী মোদীয়ে এক্সত এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছেঃ
“प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।”
***
MJPS/SR/HS
(ৰিলিজ আই ডি : 2211694)
অতিথি কক্ষ : 35
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam