গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাণী ভেলু নাচিয়াৰজীক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

আমাৰ গৌৰৱ, দেশপ্ৰেম আৰু স্বাধীনতা ৰক্ষাৰ সংকল্পৰ প্ৰতীক শিৱগংগাৰ ৰাণীয়ে নিজৰ অসাধাৰণ সামৰিক শক্তিৰে ঔপনিৱেশিক শাসকসকলক পৰাস্ত কৰি ব্ৰিটিছক ওফৰাই পেলোৱাৰ প্ৰবল ইচ্ছা জাগ্ৰত কৰিছিল

তেওঁ আমাৰ বাবে সদায় প্ৰেৰণাৰ চিৰন্তন উৎস হৈ থাকিব

प्रविष्टि तिथि: 03 JAN 2026 1:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাণী ভেলু নাচিয়াৰজীক তেওঁৰ জন্ম বাৰ্ষিকীত  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী অমিত শ্বাহে ‘এক্স’ৰ এটা পোষ্টত কয়, “ৰাণী ভেলু নাচিয়াৰজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। আমাৰ গৌৰৱ, দেশপ্ৰেম আৰু স্বাধীনতা ৰক্ষাৰ সংকল্পৰ প্ৰতীক শিৱগংগাৰ ৰাণীয়ে নিজৰ অসাধাৰণ সামৰিক শক্তিৰে ঔপনিৱেশিক শাসকসকলক পৰাস্ত কৰি ব্ৰিটিছক ওফৰাই পেলোৱাৰ প্ৰবল ইচ্ছা জাগ্ৰত কৰিছিল। তেওঁ আমাৰ বাবে সদায় চিৰন্তন প্ৰেৰণাৰ উৎস হৈ থাকিব।”

 

****

 

RK/PR/PS/KD


(रिलीज़ आईडी: 2211391) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Kannada , Malayalam