প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সামূহিক সংহতিৰ মাজত প্ৰকৃত শক্তি নিহিত হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ এটা সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
05 JAN 2026 9:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ কালজয়ী সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বহু শতিকা ধৰি হোৱা অগণন আক্ৰমণৰ সন্মুখীন হৈও দৃঢ়তাৰে বৰ্তি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ সভ্যতাৰ যাত্ৰা ইয়াৰ জনসাধাৰণৰ সামূহিক শক্তিৰ বাবেই অব্যাহত আছে, যিসকলে অটল প্ৰতিশ্ৰুতিৰে ৰাষ্ট্ৰৰ সাংস্কৃতিক উত্তৰাধিকাৰ সুৰক্ষিত কৰিছে।
এক্সত এটা সংস্কৃত শ্লোকৰ উদ্ধৃতি দি তেওঁ স্থিতিস্থাপকতাৰ গভীৰ অৰ্থৰ ওপৰত আলোকপাত কৰেঃ
‘আমাৰ মহান সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য অগণন আক্ৰমণৰ সাক্ষী হৈ আছে। দেশবাসীৰ সামূহিক শক্তিয়ে আমাৰ সাংস্কৃতিক ঐতিহ্য সদায়ে অক্ষুণ্ণ ৰাখিছে।
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।।’
****
MJPS/SR/MK
(रिलीज़ आईडी: 2211387)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam