প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন বছৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 JAN 2026 8:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২০২৬ নববৰ্ষৰ শুভকামনা জনাইছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

সকলোকে ২০২৬ বৰ্ষৰ শুভেচ্ছা জনালোঁ।

আগন্তুক বৰ্ষটোৱে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক, আপোনালোকৰ সকলো প্ৰচেষ্টা সফল হওক আৰু আপোনালোকে কৰা সকলো কামে পূৰ্ণতা লাভ কৰক। আমাৰ সমাজৰ শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা জনাইছো।

***

MJPS/SR/DB


(रिलीज़ आईडी: 2210377) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Gujarati , Tamil , Kannada , Malayalam