প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নীৰজ চোপ্ৰাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
23 DEC 2025 3:53PM by PIB Guwahati
নীৰজ চোপ্ৰা তথা তেওঁৰ পত্নী হিমানী মোৰে আজি নতুন দিল্লী, লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। "আমি ক্ৰীড়াকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সুন্দৰভাৱে মত বিনিময় কৰিলো!", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"আজি পুৱা ৭, লোক কল্যাণ মাৰ্গত নীৰজ চোপ্ৰা আৰু তেওঁৰ পত্নী হিমানী মোৰক সাক্ষাৎ কৰো। আমি ক্ৰীড়াকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সুন্দৰভাৱে মত বিনিময় কৰো!"
@Neeraj_chopra1
***
MJPS/VJ/DD
(ৰিলিজ আই ডি : 2207761)
অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam