গৃহ মন্ত্ৰালয়
দি আছাম ট্ৰিবিউনৰ সম্পাদক তথা পৰিচালন সঞ্চালক পি জি বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
সাধাৰণ মানুহৰ ওচৰলৈ বিভিন্ন বিষয় যোৱাটো নিশ্চিত কৰা আৰু সাংবাদিকতাৰ জৰিয়তে অসমৰ সংস্কৃতিৰ প্ৰচাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব
তেওঁৰ পৰিয়ালৰ সদস্য, দি আছাম ট্ৰিবিউন গ্ৰুপ আৰু তেওঁৰ গুণগ্ৰাহীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো
পোষ্ট কৰা হৈছে:
15 DEC 2025 12:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দি আছাম ট্ৰিবিউনৰ সম্পাদক তথা পৰিচালন সঞ্চালক পি জি বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
'এক্স' প্লেটফৰ্মত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়," দি আছাম ট্ৰিবিউনৰ সম্পাদক তথা পৰিচালন সঞ্চালক পি জি বৰুৱাৰ মৃত্যুত শোকাভিভূত। বিভিন্ন বিষয় সাধাৰণ মানুহৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা আৰু সাংবাদিকতাৰ জৰিয়তে অসমৰ সংস্কৃতিৰ প্ৰচাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই মানুহক অনুপ্ৰাণিত কৰি থাকিব। তেওঁৰ পৰিয়ালৰ সদস্য, দি আছাম ট্ৰিবিউন গ্ৰুপ আৰু তেওঁৰ গুণগ্ৰাহীসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।"
****
RR / PS/HS
(ৰিলিজ আই ডি : 2203959)
অতিথি কক্ষ : 36
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam