প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংস্কৃত শ্লোকৰ জৰিয়তে ৰাষ্ট্ৰীয় শক্তিৰ স্তম্ভ হিচাপে প্রজ্ঞা, নিয়ন্ত্ৰণ আৰু সময়োপযোগী কাৰ্যকলাপৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ
प्रविष्टि तिथि:
11 DEC 2025 10:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা আৰু ভাৰতৰ দীৰ্ঘম্যাদী নিৰাপত্তা তথা উন্নয়নৰ লক্ষ্যসমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত কৌশলগত জ্ঞান, সামঞ্জস্যপূর্ণ সংযম আৰু নিৰ্ণায়ক পদক্ষেপৰ স্থায়ী মূল্যৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা সংস্কৃত উক্তি প্ৰয়োগ কৰি এইদৰে লিখেঃ
“सुदुर्बलं नावजानाति कञ्चिद् युक्तो रिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः॥”
***
MJPS/SR/DD
(रिलीज़ आईडी: 2202087)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam