প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে আন্দ্ৰেজ বাবিছক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 09 DEC 2025 10:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামহিম আন্দ্ৰেজ বাবিছক চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-

“মহামহিম আন্দ্ৰেজ বাবিছ, চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন।

ভাৰত আৰু চেক গণৰাজ্যৰ  মাজত সহযোগিতা আৰু বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।

@AndrejBabis”

 

***

MJPS/SR/DM


(ৰিলিজ আই ডি : 2201285) অতিথি কক্ষ : 37