প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা কাবাডী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 24 NOV 2025 8:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা কাবাডী দলক ২০২৫ বৰ্ষৰ কাবাডী বিশ্বকাপত তেওঁলোকৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়:

২০২৫ চনৰ কাবাডী বিশ্বকাপ জয় কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে আমাৰ ভাৰতীয় মহিলা কাবাডী দলক অভিনন্দন জনাইছো। তেওঁলোকে অসামান্য সাহস, দক্ষতা আৰু নিষ্ঠাৰ পৰিচয় দিলে। তেওঁলোকৰ এই বিজয়ে অগণন যুৱক-যুৱতীক কাবাডীৰ প্ৰতি তেওঁলোকৰ সপোন আৰু লক্ষ্য আৰু অধিক উচ্চতৰ হ’বলৈ অনুপ্ৰাণিত কৰিব।

******

MJPS/SR/DB


(रिलीज़ आईडी: 2193896) आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu