প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভৱিষ্যতৰ বাবে সাজু অৰ্থনীতি গঢ় দিয়া চৰকাৰৰ পৰিৱৰ্তনশীল শ্ৰম সংস্কাৰক আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 NOV 2025 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে য’ত ভাৰতৰ বিশ্বাসযোগ্য বিশ্ব অংশীদাৰ হিচাপে উত্থানক পুনৰ দৃঢ়তাৰে উল্লেখ কৰা হৈছে, য’ত চৰকাৰৰ পৰিৱৰ্তনশীল শ্ৰম সংস্কাৰক আলোকপাত কৰা হৈছে, যিয়ে ভৱিষ্যতৰ বাবে সাজু অৰ্থনীতি গঢ় দিছে।

কেন্দ্ৰীয় মন্ত্ৰী ড মনসুখ মাণ্ডবিয়াৰ সদ্যপ্ৰকাশিত এটা প্ৰৱন্ধত এই সংস্কাৰসমূহৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে, যিয়ে অনুপালনক সৰল কৰি তোলাৰ লগতে মহিলা শ্ৰমিকসকলক সবল কৰি তোলে  আৰু বিশ্ব মূল্য শৃংখলত ভাৰতৰ স্থিতি শক্তিশালী কৰে।

পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলৰ এটা পোষ্টত কয়,

‘বিশ্বই ভাৰতৰ এক বিশ্বাসযোগ্য বিশ্ব অংশীদাৰ হিচাপে উত্থানক স্বীকাৰ কৰিছে। চৰকাৰে কৰা নতুন শ্ৰম সংস্কাৰে ভৱিষ্যতৰ বাবে সাজু অৰ্থনীতিৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰিছে, অনুপালনৰ সৰলীকৰণ, মহিলা শ্ৰমিকসকলক সবলীকৰণ আৰু বিশ্ব মূল্য শৃংখলত ভাৰতৰ স্থিতি শক্তিশালী কৰিছে!

কেন্দ্ৰীয় মন্ত্ৰী ড° @mansukhmandviyaৰ অন্তৰ্দৃষ্টিসম্পন্ন লেখাটোৰ জৰিয়তে এই বিষয়ে জানক।

***

MJPS/SR/DB


(Release ID: 2193575) Visitor Counter : 5