পোষ্ট কৰা হৈছে:
25 OCT 2023 1:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ২০০ মিটাৰ টি৩৫ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে নাৰায়ণ ঠাকুৰক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
এছিয়ান পেৰা গেমছত পুৰুষৰ ২০০ মিটাৰ টি৩৫ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নাৰায়ণ ঠাকুৰলৈ অভিনন্দন। তেওঁৰ অবিশ্বাস্য স্প্ৰীণ্ট আৰু অদম্য দৃঢ়তাই আমাৰ দেশক গৌৰৱান্বিত কৰিছে।