প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ২০০ মিটাৰ টি-৩৫ ইভেণ্টত নাৰায়ণ ঠাকুৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰা উপলক্ষে প্ৰধানমন্ত্ৰীৰ সম্বৰ্ধনা

प्रविष्टि तिथि: 25 OCT 2023 1:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ২০০ মিটাৰ টি৩৫ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে নাৰায়ণ ঠাকুৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

এছিয়ান পেৰা গেমছত পুৰুষৰ ২০০ মিটাৰ টি৩৫ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নাৰায়ণ ঠাকুৰলৈ অভিনন্দন। তেওঁৰ অবিশ্বাস্য স্প্ৰীণ্ট আৰু অদম্য দৃঢ়তাই আমাৰ দেশক গৌৰৱান্বিত কৰিছে।


(रिलीज़ आईडी: 2191972) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada